পাতনি

স্নাতক মহলাৰ প্ৰধানকৈ অসমীয়া গুৰু পাঠ্যক্ৰমৰ আধাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ্থে এই "উজ্জীৱন" নামৰ পৃষ্ঠাটো মুকলি কৰা হৈছে। পৃষ্ঠাটোত পাঠ্যসূচী অনুযায়ী একো একোটা প্ৰৱন্ধ যুগুত কৰিবলৈ চেষ্টা কৰা হব । তাৰোপৰি ছাত্ৰ-ছাত্ৰী সকলৰ কোনো প্ৰশ্ন থাকিলে comment box ত লিখি প্ৰেৰণ কৰিব পাৰে। মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকল উপকৃত হলে মোৰ শ্ৰম সাৰ্থক হব।
  

   পৃষ্ঠাটো মুকলি কৰি পৃষ্ঠাটোৰ Designৰ সকলো কাম সুন্দৰভাৱে সজাই দিয়া ভাইটি সমীৰণ নাথ আৰু বিভিন্ন ক্ষেত্ৰত সহায় অাগবঢ়োৱা ভন্টি মায়াশ্ৰী দেৱীলৈ আৰু লগতে এই ক্ষেত্ৰত মোক অনুপ্ৰেৰণা যগোৱা আটাইলৈ মোৰ আন্তৰিক কৃতজ্ঞতা তথা ধন্যবাদ জনাইছোঁ।
     



1 comment:

  1. কেল্টীয় শাখাৰ ভাগ কেইটা বুলি ক'লে প্ৰ-কেল্টীয় আৰু ক-কেল্টীয় হ'ব নে ?

    ReplyDelete