Coming Soon...
Monday, July 24, 2017
Saturday, July 22, 2017
ভাৰত-ইউৰোপীয় ভাষা পৰিয়াল এক চমু আলোচনা (Part-1)
পৃথিৱীৰ
বিভিন্ন ঠাইত অসংখ্যা ভাষা কোৱা হয়। সেইবোৰক এটা শৃংখলাৰ মাজলৈ আনিবলৈ ভাষা
বৈজ্ঞানিকসকলে অহৰহ চেষ্টা চলাই আহিছে। পৃথিৱীৰ ভাষা সমূহৰ ধ্বনি, ৰূপ, শব্দ আদিৰ বৈশিষ্ট আৰু পাৰস্পৰিক সম্পৰ্ক
পৃথিৱীৰ
বিভিন্ন ঠাইত অসংখ্যা ভাষা কোৱা হয়। সেইবোৰক এটা শৃংখলাৰ মাজলৈ আনিবলৈ ভাষা
বৈজ্ঞানিকসকলে অহৰহ চেষ্টা চলাই আহিছে। পৃথিৱীৰ ভাষা সমূহৰ ধ্বনি, ৰূপ, শব্দ আদিৰ বৈশিষ্ট আৰু পাৰস্পৰিক সম্পৰ্ক
Thursday, July 20, 2017
কবি ৰাজশেখৰৰ জীৱন আৰু কৃৰ্তি Part-2
ৰাজশেখৰৰ কৃতি-
সংস্কৃত সাহিত্য জগতলৈ ৰাজশেখৰৰ কৃতি অনবদ্য। ৰাজশেখৰৰ নামত বৰ্তমানলৈ পাঁচখন গ্ৰন্থ পোৱা গৈছে। ইয়াৰে চাৰিখন নাটক আৰু এখন অলংকাৰ শাস্ত্ৰমূলক। তেওঁৰ এই উল্লেখযোগ্য ৰচনাৰাজি সমূহ হ’ল- কৰ্পূৰমঞ্জৰী, বালৰামায়ণ, বালভাৰত, বিশ্বশালভঞ্জিকা আৰু কাব্য-মীমাংসা।
ৰসৰ স্বৰূপ আৰু ৰস সম্পৰ্কে বিভিন্ন আলংকাৰিকৰৰ মতামত (Part-1)
ৰসনো কি বা ৰসৰ স্বৰূপনো কি সততে কৈ দিব
নোৱাৰি । ৰস শব্দৰ সাধাৰণ অৰ্থ স্বাদ বা সোৱাদ। যাৰ সোৱাদ লোৱা
হয় সিয়েই ৰস। সংস্কৃত ৰস ধাতুৰ অৰ্থ হ‘ল আস্বাদন কৰা। সামাজিক পৰিবেশত ৰস শব্দই
কোনো বস্তুৰ জুলীয়া অৱস্থাক বুজালেও সাহিত্যত ইয়াৰ অৰ্থ বেলেগ। কাব্য, নাটক আদিৰ
মাজেদি প্ৰকাশ পোৱা এক প্ৰকাৰৰ অলৌকিক অনুভূতিক সাহিত্যত ৰস বুলি কোৱা হয়।ৰস সম্পৰ্কে আলংকাৰিক পণ্ডিতসকলে তেওঁলোকৰ নিজা নিজা মতবাদ আগবঢ়াইছে ।
এই মতবাদবোৰৰ কোনোটো মতবাদক আমি গ্ৰহণযোগ্য বুলি কম সেইয়া গুৰুত্বপূৰ্ণ বিষয়।
Sunday, July 9, 2017
কবি ৰাজশেখৰৰ জীৱন আৰু কৃৰ্তি Part-1
মহাকবি
কালিদাসৰ পিছতে সংস্কৃত সাহিত্যক গৌৰৱময় তথা সমৃদ্ধিশালী কৰি তোলা আন এজন
প্ৰতিভাশালী কবি-নাট্যকাৰ তথা আলংকাৰিক হৈছে ৰাজশেখৰ। কবি ৰাজশেখৰৰ জীৱন আৰু
Subscribe to:
Posts (Atom)